খুমটাই: কঠালগুৰিত বুঢ়ালিকচন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখত অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ প্ৰতিবাদ, আত্মজাহৰ হুংকাৰ
Khumtai, Golaghat | Sep 11, 2025
খুমটাইৰ কঠালগুৰিত বুঢ়ালিকচন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখত বৃহস্পতিবাৰে দিনৰ প্ৰায় ৩ বজাত চৰকাৰী চিকিৎসালয়ৰ...