চাৰিদুৱাৰ: নদুৱাৰ সমষ্টিৰ ধলাইবিলৰ সাহিত্য সভা ভৱনত এটি বোৱাকটা প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই
Chariduar, Sonitpur | Aug 1, 2025
নদুৱাৰ সমষ্টিৰ ধলাইবিলৰ সাহিত্য সভা ভৱনত শুক্ৰবাৰে দিনৰ অনুমানিক ২ বজাত এটি বোৱাকটা প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰা হয়।...