তিনিচুকীয়া: সদৰৰ চাইডিং বজাৰত এগৰাকী ব্যৱসায়ীয়ে শ্ৰমিকক গুণ্ডা বুলি অভিহিত কৰাৰ অভিযোগত শ্ৰমিকসকলৰ প্ৰতিবাদ
Tinsukia, Tinsukia | Jul 18, 2025
শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত তিনিচুকীয়াৰ চাইডিং বজাৰত শ্ৰমিকৰ প্ৰতিবাদ সাব্যস্ত । তথ্য অনুসৰি স্থানীয় ব্যৱসায়ী সাৱৰমল...