ধেমাজি: জোনাইত অবৈধ বেদখলকাৰীলৈ জোনাই বন বিভাগৰ নিৰ্দেশ, সাত দিনৰ ভিতৰত বেদখলকাৰী ভূমি এৰি নিদিলে উচ্ছেদ চলাব প্ৰশাসনে
Dhemaji, Dhemaji | Sep 3, 2025
জোনাইতো চলিব শীঘ্ৰে উচ্ছেদ। জোনাইৰ অবৈধ বেদখলকাৰীলৈ জোনাই বন বিভাগৰ উচ্ছেদৰ জাননী। দহ দিনৰ ভিতৰত বেদখলকাৰী ভূমি এৰি গুচি...