অসমীয়া জাতিৰ শৌৰ্য -বীৰ্য আৰু স্বাভিমানৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যক জন্মজয়ন্তী উদযাপন । আজি নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁও মণ্ডলৰ ২নং হলংজুলি গাঁৱৰ গয়ৰহত ৰাইজৰ সৈতে লগ লাগি একেলগে জাতীয় বীৰজনক স্মৰণ ৰাজ্যিক BJPৰ ST মৰ্চাৰ উপ-সভাপতি ৰাজু মেছে।