সোণাৰি: নাফুক চাংমাই গাঁৱত সংঘটিত কৰুণ ঘটনা, পুখুৰীত জাপ দিয়া পতিক বচাবলৈ গৈ পানীত ডুবি মৃত্যু পত্নীৰ
চৰাইদেউ জিলাৰ সোণাৰিৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত নাফুক চাংমাই গাঁৱত সংঘটিত হৈছে কৰুণ ঘটনা। পুখুৰীত জাপ দিয়া নিজ পতিক বচাবলৈ গৈ সলিল সমাধি ঘটে পত্নীৰ। ঘটনা অনুসৰি উক্ত গাঁওৰ নিবাসী জীন্তু মাহালীৰ সৈতে নিজ পত্নীৰ সৈতে কিছু কণ্ডলৰ অন্তত বাসগৃহৰ কাষতে থকা এটা দ পুখুৰীত জাপ দি আত্মহনন কৰিবলৈ চেষ্টা কৰে। জীন্তু মাহালীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি ইয়াৰ পূৰ্বেও জীন্তু মাহালীয়ে কেইবাবাৰো এনেদৰে পুখুৰীত জাপ দি আত্মহননৰ চেষ্টা কৰিছিল। পুনৰ এই ঘটনা সংঘটিত হয় কিন্তু এইবাৰ পত