বাক্সা: মথনগুৰী পৰিষদীয় সমষ্টিৰ ওদালগুৰিত অগপৰ নিৰ্বাচনী সভা অনুষ্ঠিত
Baska, Baksa | Sep 15, 2025 মথনগুৰী পৰিষদীয় সমষ্টিৰ ওদালগুৰিত অগপৰ নিৰ্বাচনী সভা অনুষ্ঠিত । আজি ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মনোমোহন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ অগপ দলৰ সভাপতি অতুল বৰা, সাংসদ ফণীভূষণ চৌধুৰী আদি কৰি বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে আজি নিৰ্বাচনী সভাত উপস্থিত থাকে । আজিৰ নিৰ্বাচনী সভাত মথনগুৰ সমষ্টিৰ ওদালগুৰিত এহাজাৰ অধিক লোক উপস্থিত থাকে ।