মৰাণ: আজিও নিৰ্মাণ নহ'ল খোৱাং মইনা গাঁৱৰ যাতায়তৰ মূল পথ, জৰাজীৰ্ণ পথেৰে যাতায়ত কৰি দুৰ্ভোগ ভুগিছে সহস্ৰাধিক ৰাইজে #jansamasya
Moran, Dibrugarh | May 31, 2025
চৰকাৰে উন্নয়নৰ কথা কৈ ৰঙীণ বিজ্ঞাপন দি থকা সময়ত জৰাজীৰ্ণ পথেৰে যাতায়াত কৰিছে খোৱাং সমষ্টিত এখন গাঁও ৰাইজে । আজিও...