টিংখং: নখাটৰ ৫২নং বি ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, পথৰ দুৰৱস্থাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে ট্ৰাকখন,আহত চালকসহ দুজন
Tingkhong, Dibrugarh | Jul 8, 2025
আজি মঙ্গলবাৰে বিয়লি ৩ বজাত টিংখাঙৰ নখাটত সংঘটিত হয় এক পথ দুৰ্ঘটনা। টিংখাঙৰ ৫২ নং B ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিয়ন্ত্ৰণ...