মানকাচৰ: ড্ৰাগছমুক্ত জিলা গঠনৰ বাবে মানকাচৰত ৫১ টা মাতৃ গোট গঠনৰ লগতে প্ৰশিক্ষণ শিবিৰ উপস্থিত জিলা আয়ুক্ত
Mankachar, South Salmara-Mankachar | Jul 17, 2025
বৃহস্পতিবাৰে দিনৰ ১১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ঝাউডাঙা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত জিলা প্ৰশাসনৰ দ্বাৰা মহিলাসকলক...