সোণাৰি: পুৰণি টাওকাকৰ পৰা সোণাৰি বিদ্যালয়লৈ অহাৰ পাছৰে পৰা নিৰুদ্দেশ এগৰাকী ছাত্ৰী, এজাহাৰ দাখিল পৰিয়ালৰ
Sonari, Charaideo | Aug 23, 2025
পুৰণি টাওকাকৰ পৰা সোনাৰিৰ এখন আগশাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰী বিদ্যালয় লৈ অহাৰ পাছৰে পৰা নিখোজ হৈ থকা ঘটনাই চাঞ্চল্য...