চিচিবৰগাঁও: মিংমাঙত মিচিং স্বায়ত্ত্ব পৰিষদৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিফলনৰ গুৰুত্বপূৰ্ণ সভা, উপস্থিত এমএচিৰ মুখ্য কাৰ্যবাহী সদস্য
বুধ বাৰে দিনৰ তিনি বজাত মিংমাংত মিচিং স্বায়ত্ত্ব পৰিষদৰ উদ্যোগত প্ৰতিশ্ৰুতি আৰু প্ৰতিফলনৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত MAC মুখ্য কাৰ্য্যবাহী সদস্য ।মিছিং স্বায়ত্ত্বশাসিত পৰিষদে বিগত দহটা বছৰত ৰূপায়ণ কৰা বিভিন্ন আচঁনি সমূহক জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যৰে “ প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন ”সভা আয়োজন কৰা হয়।আজি ১৭নং মিংমাংত প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন অনুষ্ঠানত।