কোকৰাঝাৰ ভাগ: বিটিচি নিৰ্বাচনত বিজেপিই এবচোলেট মেজোৰিতি পালে নিজে চৰকাৰ গঠন কৰিব জমদুৱাৰত প্ৰচাৰ চলাই মন্তব্য মুখ্যমন্ত্ৰীৰ
বিটিচি নিৰ্বাচনত বিজেপিই এবচোলেট মেজোৰিতি পালে নিজে চৰকাৰ গঠন কৰিব। বুধবাৰে দিনৰ ২ বজাত কোকৰাঝাৰ জিলাৰ জমদুৱাৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিই এবচোলেট মেজোৰিতি পালে নিজে বিটিচি চৰকাৰ গঠন কৰিব। কিন্তু চবৰে সহযোগিতা লাগিব। আৰু কোনে কিমান আসন পাব নিৰ্বাচনৰ পিছত হে কঠিক তথ্য আহিব বুলি প্ৰকাশ কৰে।