বিহপুৰীয়া: কৃত্ৰিম বানপানীৰ কৱলত নাওবৈছাৰ ফটেহপুৰ ৰাজহ গাওঁ,একাঠু পানীত থিয় হৈ গাৱঁৰ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ
Bihpuria, Lakhimpur | Sep 14, 2025
কৃত্ৰিম বানপানীৰ কৱলত লখিমপুৰ জিলাৰ নাওবৈছাৰ ফটেহপুৰ ৰাজহ গাওঁ। হাজাৰ বিঘা কৃষি ভূমি পানীৰ তলত তথাপিও কাণসাৰ নাই জন...