গুৱাহাটী: মালিগাঁৱৰ গোটানগৰত এচিএছ বিষয়া নূপুৰ বৰা বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান,জব্দ প্ৰায় ১কোটি টকা
সোমবাৰে মালিগাঁৱৰ গোটানগৰত এচিএছ বিষয়া নূপুৰ বৰা বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান ।আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত চলাইছে অভিযান পুৱাৰে পৰা cm vigilance য়ে গোটানগৰ বাসগৃহত চলাই আছে অভিযান। জব্দ প্ৰায় ১ কোটি টকা। কাৰ্বি আংলঙত সহকাৰী জিলা আয়ুক্ত হৈ থাকোতেই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ।