সোনতলা স্থিত জ্যোতিপুৰ যুৱ সংঘৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীত উপস্থিত থাকি সাংস্কৃতিক মঞ্চ মুকলি কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। সোনতলা অঞ্চলৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰ খনত জ্যোতিপুৰ যুৱ সংঘৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি তেওঁ বিধায়ক গৰাকীয়ে মন্তব্য আগবঢ়ায়।