পশ্চিম নলবাৰী: নলবাৰীৰ পশ্চিম চামতাত প্ৰাচীন ধৰ্মপুৰ গো পূজা সমিতিৰ সৌজন্যত পাচদিনীয়া গোষ্ঠাষ্টমী পৰ্ব্বোৎসৱ আৰম্ভ
পশ্চিম নলবাৰীৰ প্ৰাচীন ধৰ্মপুৰ গো পূজা সমিতিৰ সৌজন্যত অনুষ্ঠিত হৈছে পাচদিনীয়াকৈ গোষ্ঠাষ্টমী পৰ্ব্বোৎসৱ ৷উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।