টেঙাখাত: টেঙাখাতৰ SBI বেংকৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই সোমালে নলাত
টেঙাখাতৰ SBI বেংকৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই সোমালে নলাত। ঘটনাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।