ডিফু: বকলীয়াঘাট তেতেলিগুৰি শক্তি কেন্দ্ৰত বিজেপিৰ ৰাজহুৱা সভা সম্পন্ন, উপস্থিত বিধায়ক বিদ্যাছিং ইংলেং
Diphu, East Karbi Anglong | Aug 22, 2025
শুকুৰবাৰে দিনৰ প্ৰায় ২ বজাত বকলীয়াঘাট তেতেলিগুৰি শক্তি কেন্দ্ৰত লাংফেৰ মণ্ডল বিজেপিৰ উদ্যোগত বিজেপিৰ এখন ৰাজহুৱা সভা...