সোণাৰি: ছাত্ৰী নন্দিতাৰ হত্যাকাৰীক মৃত্যুদণ্ড ঘোষণা পাছতেই ঘটনা তদন্তকাৰী বিষয়া বৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ প্ৰতিক্ৰিয়া
Sonari, Charaideo | Aug 22, 2025
চাৰি বছৰ পাছত শাস্তি ঘোষণা হ’ল নন্দিতাৰ হত্যাকাৰীৰ। দুগৰাকী সাহসী আৰক্ষী বিষয়াৰ নিখুঁত তদন্তৰ সফলতা। চাৰি বছৰৰ মূৰত...