উত্তৰ লক্ষীমপুৰ: পহুমৰাত জমিয়ত- উলেমা- ই- হিন্দৰ সভাপতি মৌলানা আৰ্চাড মাদানীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত অসমীয়া যুৱ মঞ্চৰ
North Lakhimpur, Lakhimpur | Aug 23, 2025
লখিমপুৰ ৰাজপথত জলিল জমিয়ত-উলেমা-ইন-হিন্দৰ পুত্তলিকা।পহুমৰাত শনিবাৰে অসমীয়া যুৱ মঞ্চৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে...