ঢেকিয়াজুলি ভাগ: চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকাৰ অভিযোগত ৭ জন লোকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা অব্যাহত
Dhekiajuli Part, Sonitpur | Aug 24, 2025
চাইবাৰ ক্ৰাইমৰ লগত জৰিত ৭ গৰাকী লোকক আটক কৰি দেওবাৰে দিনৰ ২ বাজি ৩০ মিনিটত ঢেকীয়াজুলি আৰক্ষী থানাত জেৰা অব্যাহত ৷...