কদম: পদুমণিত ঐতিহাসিক শ্ৰী শ্ৰী পদুমণি আই থানৰ প্ৰতিষ্ঠা দিৱসৰ জল সংগ্ৰহ শোভাযাত্ৰা শুভাৰম্ভণী কৰে জিলা আৰক্ষী অধীক্ষকে
Kadam, Lakhimpur | Sep 4, 2025
ভক্তি ৰসে মুখৰিত উত্তৰ অসমৰ অন্যতম শক্তিপীঠ পদুমণিৰ শ্রী শ্রী পদুমণি আইথান । ১৯৫১ চনতে স্থাপিত আইথানৰ ২৯ সংখ্যক...