পূব ডিব্ৰুগড়: অস্বাস্থ্যকৰ পৰিৱেশত এখন স্বাস্থ্য কেন্দ্ৰ, নগাঘূলি উপ-স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থাত সমস্যাত ৰোগী #jansamasya
Dibrugarh East, Dibrugarh | Aug 6, 2025
ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ দুখ লগা দৃশ্য। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাঘূলি উপ স্বাস্থ্য কেন্দ্ৰৰ দূৰৱস্থাই চকু...