Public App Logo
Jansamasya
���िधायक
Congress
Modi
Delhi
Viral
Jharkhand
Rajasthan
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
Haryana
Crimenews
Agra
Cbi
Politics
���ायल
Fatehpur
Jodhpur
Amitshah
Punjab
Pratapgarh
Live
Westbengal
Ballia
Yogiadityanath

বিশ্বনাথ: ৱকিংজনত বৃহস্পতিবাৰে সন্ধ্যা ৭:৩০ বজাত এক মাৰপিটৰ কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতি

Biswanath, Biswanath | Jul 31, 2025
বিশ্বনাথৰ ৱকিংজনত এক মাৰপিটৰ কেন্দ্ৰ কৰি উৎপত্ব পৰিস্থিতি, এজন যুৱকক কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰাক লৈ এই পৰিস্থিতি সৃষ্টি হয়। জানিবপৰামতে আজি সন্ধ্যা সময়ত কোচগাঁৱৰ হীৰকজ্যোতি কলিতা নামৰ যুৱক এজন নিজৰ বন্ধু লগত ৱাকিংজনত ৱকিং কৰি থাকোতে সুৰাৰ মাতাল দুজন যুৱকৰ লগত সামান্য দেহত স্পৰ্শ হোৱাৰ পিচতে হীৰকজ্যোতি কলিতাক সুৰাৰ মাতাল ৰাজ মহন্ত নামৰ যুৱকজনে চকুত প্ৰহাৰ কৰি দিয়ে।