পলাশবাৰী: জুবিন গাৰ্গৰৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ
দিল্লীৰ বিমান বন্দৰত গ্রেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্তক আৰু দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি হস্তান্তৰ কৰিছে অসম আৰক্ষীক উল্লেখযোগ্য যে ছিংগাপুৰৰ পৰা বিমানেৰে আহি বিমান বন্দৰত অৱতৰণৰ সময়তে গ্রেপ্তাৰ ইফালে দিল্লী-হাৰিয়ানা সীমান্তত গ্রেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক সিদ্ধাৰ্থৰ হাতৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ ম’বাইল ফোনটো।