উত্তৰ লক্ষীমপুৰ: চৰাইমৰীয়াত SILVERCREST MULTI-SPECIALITY HOSPITAL ত
শ্রী শ্রী বিশ্বকর্মা পূজা উদযাপন
আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা।ৰাজ্যৰ তথা দেশৰ বিভিন্ন প্ৰান্তত বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰাৰ সমান্তৰালভাৱে লখিমপুৰতো বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন হয় ।লখিমপুৰৰ চৰাইমৰীয়াৰ SILVERCREST MULTI-SPECIALITY HOSPITAL ত বুধবাৰে দিনজোৰাকৈ শ্রী শ্রী বিশ্বকর্মা পূজা উদযাপন কৰে।SILVERCREST MULTI-SPECIALITY HOSPITAL ৰ স্বত্বাধীকাৰী ড°অমিয়া কছাৰীয়ে SILVERCREST MULTI-SPECIALITY HOSPITAL স্বাস্থ্য কৰ্মী সকলৰ সৈতে পূজা অৰ্চনা কৰে।