সোণাৰি: নাহৰহাবি চাহ বাগিচাৰ চিকিৎসালয় পৰা এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে, ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য
Sonari, Charaideo | Sep 9, 2025
চৰাইদেউ লাকুৱা আৰক্ষীয়ে ভুৱা চিকিৎসকৰ অভিযোগত আটক কৰিলে অভিষেক সাহ নামৰ এজনক।চৰাইদেউ জিলাত ভুৱা চিকিৎসকক...