ৰঙিয়া ভাগ: ৰঙিয়াত পানী নিষ্কাষণৰ ব্যৱস্থা নোহোৱাত বৃহৎ সমস্যাৰ সন্মুখীন ৰঙিয়াৰ কেইবাখনো গাঁৱৰ সহস্ৰাধিক লোক #jansamasya
Rangia Part, Kamrup | Aug 17, 2025
ৰঙিয়াত বনিক গোষ্ঠীৰ দপদপনিত বৃহত সমস্যাৰ সন্মুখীন ৰঙিয়াৰ কেইবাখনো গাঁৱৰ ৰাইজ। যাৰ ফলত শাওণৰ পথাৰত ভুই ৰুব পৰা নাই...