সোণাৰি: অশ্ৰুসিক্ত নয়নেৰে জুবিন ফেন ক্লাবে চেপনত অনুষ্ঠিত কৰিলে প্ৰাণৰ শিল্পী গৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ অনুষ্ঠিত
আজি জুবিন ফেন ক্লাবৰ উদ্যোগত তথা বৃহত্তৰ চেপনবাসী ৰাইজৰ সহযোগত আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। চেপন ফেন ক্লাবে চেপনত অনুষ্ঠিত হয় এই আদ্যশ্ৰাদ্ধ। ভকত-বৈষ্ণৱৰ নাম-প্ৰসঙ্গৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা, গায়ন-বায়ন তথা দিহানাম আদি পৰিবেশন কৰা হয় অনুষ্ঠানটোত। চৰাইদেউ জিলাৰ চেপনবাসীৰ সহযোগত আয়োজিত এই আদ্যশ্ৰাদ্ধস্থলীৰপৰাই জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ লগতে উচিত তদন্তৰ দাবী জনাই চেপন ফেন ক্লাবে। আজিৰ এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত জিলাখনৰ বিভিন্ন গন্য