ধেমাজি: ধেমাজিত আটাছু কেন্দ্ৰীয় উপ সভাপতি মনোজ গগৈৰ সংবাদ মেল
👉DHEMAJI Press conference on tribalization of six ethnic groups.ধেমাজিত আটাছু কেন্দ্ৰীয় উপ সভাপতি মনোজ গগৈৰ সংবাদ মেল।ছয় জনগোষ্ঠী জনজাতি কৰণৰ বিষয়টো মুখ্যমন্ত্ৰীৰ সদিচ্ছাক লৈ সন্দেহ থকা বুলি মন্তব্য আটাছু নেতাৰ। আজি ধেমাজিত তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি মনোজ গগৈয়ে ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ত এক সংবাদমেল জৰিয়তে প্ৰতিক্ৰিয়া ।