গৰৈমাৰী: এচিএছ নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চিএম ভিজিলেন্সৰ দল,গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চলাইছে তদন্ত
শুকুৰবাৰে এচিএছ নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চি এম ভিজিলেঞ্চ। পুৱা ১০ বজাৰ পূৰ্বে দক্ষিণ কামৰূপৰ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত ভিজিলেঞ্চৰ দল। নূপুৰ বৰাকলৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চলাইছে তদন্ত।