বাক্সা: মথনগুৰীত ৰংদিয়াত AIUDF দলত অৰ্ধশতাধিক লোকে কৰিলে যোগদান
Baska, Baksa | Sep 17, 2025 মথনগুৰীত ৰংদিয়াত AIUDF দলত অৰ্ধশতাধিক লোকে কৰিলে যোগদান । আজি মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কুৰবান আলীয়ে ৰংদিয়াত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে । উক্ত নিৰ্বাচনী সভাত অৰ্ধশতাধিক লোকে AIUDF দলত যোগদান কৰে। আজি যোগদান কাৰ্যসূচীত উপস্থিত থাকে মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কুৰবান আলীৰ সৈতে AIUDF দলৰ সামাজিক মাধ্যমৰ অধ্যক্ষ ফাৰহাদ আলী আৰু AIUDF দলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।