বৰপেটা: পাকাবেতবাৰী উন্নয়ন খণ্ডত উচ্ছেদক লৈ চিপিআইএমৰ প্ৰতিবাদ, খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
Barpeta, Barpeta | Jul 29, 2025
চিপিআইএমৰ কয়াকুছি লোকেল কমিটিৰ উদ্যোগত পাকাবেতবাৰী উন্নয়ন খণ্ডত মঙলবাৰে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ ...