আমগুৰি: টিফুক চাহবাগিছা বাসীৰ উদ্যোগত টিফুক চাহবাগিছাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
অসমীয়াৰ হিয়াৰ আমঠু, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু খবৰে কন্ধুৱাই ৰাজ্যবাসীক।মহান শিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ লগতে টিফুক চাহ বাগিচা সমূহ ৰাইজৰ সহযোগত মংগলবাৰ্ৱ পুৱা আয়োজিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিফুক চাহ বাগিচাৰ কাৰ্য্যলয় সমীপত অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হয় সমূহ ৰাইজৰ লগতে বহুকেইটা দল সংগঠনৰ বিষয় বাবীয়া । মৌন প্ৰাৰ্থনা কৰাৰ পাছত জুবিন গাৰ্গৰ ফটোত ফুলেৰে শিল্পীগৰাকীৰ প্রতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায় ।