Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

আমগুৰি: শিৱসাগৰ জিলাৰ ঐতিহাসিক সম্পদ সমুহৰ সংৰক্ষণৰ বাবে নামতিত চৰকাৰলৈ দাবী জনালে বীৰ লাচিত সেনা অসমে

Amguri, Sivasagar | Sep 16, 2025
শিৱসাগৰ জিলাৰ ঐতিহাসিক সম্পদ সমুহৰ সংৰক্ষণৰ বাবে মংগলবাৰে বিয়লি নামতিত চৰকাৰলৈ দাবী জনালে বীৰ লাচিত সেনা অসমৰ নামতি আঞ্চলিক সমিতিয়ে। জিলাৰ বিভিন্ন প্ৰান্তৰত বহু ঐতিহাসিক সম্পদ যেনে পুখুৰী,মৈডাম বৰ্তমানেও বিলুপ্তি হোৱাৰ দিশে গতি কৰিছে।ঐতিহাসিক সম্পদ সমুহ সংৰক্ষণৰ অভাৱত নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে।ইয়াৰ মূলত কাৰণ হৈছে সংৰক্ষণৰ অভাৱ।আনফালে নামতিদলত থকা দেৱী দল আৰু বিষ্ণু দলৰো অৱস্থা পুতৌ লগা।মংলবাৰে নামতিত ঐতিহাসিক সম্পদ সমুহ সংৰক্ষণৰ বাবে দাবী জনালে সংগঠনটোৱে

MORE NEWS