দেৰগাঁও: দেৰগাঁৱৰ লঠাগাঁৱত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক অতুল চন্দ্ৰ ঠাকুৰক চৰকাৰী সন্মান প্ৰদান গোলাঘাটৰ জিলা আয়ুক্তৰ
Dergaon, Golaghat | Sep 6, 2025
দেৰগাঁৱৰ লঠাগাঁৱত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক অতুল চন্দ্ৰ ঠাকুৰক শনিবাৰে নিশা প্ৰায় ৮ বজাত গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত...