নাহৰকটীয়া: নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত ৰোগত আক্ৰান্ত ১২০ গৰাকীক মুখ্যমন্ত্ৰী সাহায্য পুঁজি প্ৰদান কৰিলে বিধায়ক তৰংগ গগৈয়ে
আজি নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত ১২০ গৰাকী হিতাধিকাৰীলৈ "মুখ্যমন্ত্ৰী সাহায্য পুঁজি"ৰ চেকসমূহ বিতৰণ কৰে নাহৰকটীয়া বিধান সভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে