তেজপুৰ: ঠেলামৰা কাটনীগাওঁ নিবাসী হাবুল শিল দেৱৰ মৃত্যুৰ খবৰ পাই তেখেতৰ বাসগৃহত উপস্থিত বিধায়ক গনেশ কুমাৰ লিম্বু
Tezpur, Sonitpur | Sep 10, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা কাটনীগাওঁ নিবাসী হাবুল শিল দেৱৰ মৃত্যুৰ খবৰ পাই বুধবাৰে সন্ধিয়া ৭ বজাত তেখেতৰ বাসগৃহত...