ঢেকিয়াজুলি ভাগ: লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ উদযোগত ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত শিক্ষক দিৱস উদ্যাপন,উক্ত অনুষ্ঠানত উপস্থিত হয় আয়ুক্ত
Dhekiajuli Part, Sonitpur | Sep 5, 2025
ঢেকীয়াজুলি লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ উদ্যোগত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজন...