পলাশবাৰী: ষষ্ঠ অনুসূচী দাবী সমিতিৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া ৭ তম ত্ৰি বাৰ্ষিক অধিৱেশনখনৰ কাৰ্য্যালয় মুকলি
সাতপাৰাত আগন্তুক ৰাভা হাছং ""ষষ্ঠ অনুসূচী দাবী সমিতিৰ"" দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া ৭ তম ত্ৰি-বাৰ্ষিক অধিৱেশনখনৰ অভ্যৰ্থনা সমিতিৰ অস্থায়ী মূখ্য কাৰ্যলয় শুভাৰম্ভ কৰা হয়। উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি প্ৰদীপ ৰাভা।