পলাশবাৰী: নিজৰ গাড়ী এজেঞ্চীত ভাড়াত দি বিপদত গাড়ীৰ মালিক, ৰূপম শইকীয়া নামৰ যুৱকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ, পলাশবাৰী থানাত এজাহাৰ
Palasbari, Kamrup | Aug 22, 2025
কম দামত গাড়ী কিনি এজেঞ্চীত ভাড়াত দি বিপদত গাড়ীৰ মালিক। ৰূপম শইকীয়া নামৰ যুৱকজনৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ। শুকুৰবাৰে...