মৰাণ: সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিশংতিতম প্ৰতিষ্ঠাদিৱস উপলক্ষে মৰাণত ৰাজপথত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা
Moran, Dibrugarh | Sep 11, 2025
ব্যাপক উৎসৱমুখৰ পৰিবেশৰ মাজেৰে মৰাণৰ ডোমৰদলঙৰ বীৰাঙ্গনা সতী সাধনী ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ...