ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি পৌৰসভাৰ ৬ নং ৱাৰ্ডত অনুষ্ঠিত কৰা শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি মহাযজ্ঞৰ সমূহ কাৰ্যসূচীৰ সফল সামৰণি পৰিল
Dhekiajuli Part, Sonitpur | Aug 24, 2025
ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত অনুষ্ঠিত কৰা শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি মহাযজ্ঞ সমূহ কাৰ্যসূচীৰ সফল সামৰণি পৰিল...