সোণাৰি: কলাকটাত জিলা মাধ্যমিক শিক্ষক সন্থাৰ উদ্যোগত জিলা ভিত্তিত তৰ্কপ্ৰতিযোগিতাত অংশগ্ৰহণ কৰে জিলা স্কুল পৰিদৰ্শক বিন্তী শৰ্মাই
কলাকটাত চৰাইদেউ জিলা মাধ্যমিক শিক্ষক তথা কৰ্মচাৰী সন্থাৰ উদ্যোগত জিলা ভিত্তিত শনিবাৰ ২-৩০বজাত অনুষ্ঠিত হয়।তৰ্ক প্ৰতিযোগিতা খন উদ্বোধন কৰে চৰাইদেউ জিলা স্কুল পৰিদৰ্শক বিন্তী শৰ্মাই।চৰাইদেউ কলাকটাত সাম্প্ৰতিক পৰিস্থিতিত বিশ্ব শান্তি স্থাপনত ৰাষ্টসংঘই নিৰপেক্ষ ভূমিকা পালধ কৰিব পৰা নাই শীৰ্ষক তৰ্ক প্ৰতিযোগিতাত চৈধ্য খন উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩০জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।