বাক্সা: মুছলপুৰত আত্মনিয়োগ সংযুক্ত প্ৰশিক্ষণৰ সঁজুলি কিট আৰু চিলাই মেচিন প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কাৰ্যবাহী সদস্য উইলচন হাচদা
Baska, Baksa | Jul 24, 2025
বাক্সা জিলাৰ মুছলপুৰত আজি বিটিআৰ চৰকাৰৰ আত্মনিয়োগ সংযুক্ত প্ৰশিক্ষণৰ সঁজুলি কিট আৰু চিলাই মেচিন বিতৰণ কাৰ্যসূচী...