বাক্সা: মথনগুৰীত AIUDF ৰ নিৰ্বাচনী সভাত ব্যস্ত AIUDF ৰ সামাজিক মাধ্যমৰ আইটি ফ্ৰণ্টৰ অধ্যক্ষ ফাৰহাদ আলী
Baska, Baksa | Sep 17, 2025 মথনগুৰীত AIUDF ৰ নিৰ্বাচনী সভাত ব্যস্ত AIUDF ৰ সামাজিক মাধ্যমৰ আইটি ফ্ৰণ্টৰ অধ্যক্ষ ফাৰহাদ আলী । ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কুৰবান আলীৰ হৈ আজি হেলনাৰপামত সভা অনুষ্ঠিত । ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কুৰপান আলীক ভোট দেবলৈ আহ্বান জনায় AIUDF ৰ সামাজিক মাধ্যমৰ আইটি ফ্ৰণ্টৰ অধ্যক্ষ ফাৰহাদ আলী। আজিৰ AIUDF ৰ সভাত উপস্থিত থাকে মথনগুৰী পৰিষদীয় মণ্ডলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।