সোণাৰি: ভয়াবহ ৰূপত বৃদ্ধি পাইছে চৰাইদেউৰ বৰহাটত মাৰাত্মক ডেংগু ৰোগত আক্ৰান্তৰ সংখ্যা, ১৮ জন লোক ৰোগত আক্ৰান্ত
Sonari, Charaideo | Sep 4, 2025
অসম অৰুণাচলৰ সীমান্তত অৱস্থিত বাগিছাখনত বৰ্তমানলৈকে ১৮ জন লোক আক্ৰান্ত হৈছে ডেংগু ৰোগত। চৰাইদেউ জিলাৰ বৰহাট বাগিছাত...