নাজিৰা: আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসৰ নাম আছিল কুশল দুৱৰী"প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ সম্পৰ্কত গেলেকীত বিধায়ক অখিল গগৈৰ মত
Nazira, Sivasagar | Aug 26, 2025
" আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসৰ নাম আছিল কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা " আমাৰ গাঁওলৈ আহিলে মানুহবোৰ ঘৰত সোমাই দৰজা...