দক্ষিণ শালমাৰা: কৃত্ৰিম বানত বুৰিল পৰাভিটা সাতছিয়া তিনি আলী সংযোগী মূল পথ
কৃত্ৰিম বানত বুৰিল পৰাভিটা সাতছিয়া তিনি আলী সংযোগী মূল পথ এই দৃশ্য মঙ্গলবাৰে দিনৰ ২ বজাৰ। ৰাতিপুৱাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পানীত ডুব যায় পৰাভিটা সাতছিয়া তিনি আলী সংযোগী মূল পথ যাৰ ফলত ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এক আঠু পানীৰ ওপৰৰে ৰাইজে যাত্ৰা কৰিব লগা হৈছে।